আহোম স্বৰ্গদেউআহোম-আঠা

আহোম ৰজা (Assamese) [ Roman: a.ho`m ro.ja]
Contributed by: Partha P Sarmah on 2011-03-02
1. Historial(Common Noun-Masculine) the kings who ruled Assam during the Ahom rule. অসমত আহোম শাসন চলাৰ সময়ত শাসন কৰা ৰজা সকল৷ তেখেত সকলক স্বৰ্গদেউ বুলিও সম্বোধন কৰা হৈছিল৷তেখেত সকলে ৰজাৰ ধৰ্ম প্ৰজাক জাপি নিদি প্ৰজাৰ ধৰ্ম গ্ৰহণ কৰা বিশ্ববিৰল উদাহৰণ ৰাখি থৈ গৈছে৷
English: Ahom Kings,
Assamese: আহোম ৰজা